বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত আজি শ্বহীদ দিৱস উপলক্ষ্যে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়

  • বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত আজি শ্বহীদ দিৱস উপলক্ষ্যে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু ২মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।