৫১৩ সংখ্যক চিলাৰায় দিৱস উদযাপন

  • ৫ফেব্ৰুৱাৰী,২০২৩ তাৰিখে ৰাতিপুৱা ৮-০০বজাত বঙাইগাঁও জিলা পুথিভঁৰাল চৌহদত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনে অধ্যক্ষ হিতেশ্বৰ বৰ্মন, উপাধ্যক্ষ সুকেন ৰায় আৰু জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ উপস্থিতিত ৫১৩ সংখ্যক চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। See more........